Difference between revisions of "The Joomla Websites/as"
From Joomla! Documentation
(Updating to match new version of source page) |
Mohsin Ali (talk | contribs) |
||
Line 3: | Line 3: | ||
===Joomla! ডমেইনসমূহৰ সমস্যাৰ কথা সদৰি কৰক=== | ===Joomla! ডমেইনসমূহৰ সমস্যাৰ কথা সদৰি কৰক=== | ||
− | ৱেবছাইট পৰিচালকসকলৰ সময়ৰ বৰ অভাৱ। অনুগ্ৰহ কৰি পৰিচালকসকলৰ সৈতে | + | ৱেবছাইট পৰিচালকসকলৰ সময়ৰ বৰ অভাৱ। অনুগ্ৰহ কৰি চিধাই পৰিচালকসকলৰ সৈতে যোগাযোগ নকৰিব। joomla.org আৰু উপ-ডমেইনৰ সমস্যাসমূহ কেইবাটাও সমস্যা শাৰীত সৃষ্টি কৰিব পাৰি। |
যদি আপুনি আপডেট, সমল, সুবিধাৰ সমস্যাৰ কথা সদৰি কৰিব খোজে, তেন্তে প্ৰথমে Joomla.org-ৰ সকলো [https://github.com/joomla/joomla-websites/issues সমস্যা]ৰ সন্ধান কৰক। প্ৰায়েই আপুনি সন্মুখীন হোৱা সমস্যা ইতিমধ্যে মজুত থাকে।<br /> | যদি আপুনি আপডেট, সমল, সুবিধাৰ সমস্যাৰ কথা সদৰি কৰিব খোজে, তেন্তে প্ৰথমে Joomla.org-ৰ সকলো [https://github.com/joomla/joomla-websites/issues সমস্যা]ৰ সন্ধান কৰক। প্ৰায়েই আপুনি সন্মুখীন হোৱা সমস্যা ইতিমধ্যে মজুত থাকে।<br /> | ||
যদি আপুনি একেবাৰে নিশ্চিত যে আপুনি সদৰি কৰিব খোজা সমস্যাটো মজুত নাই, তেন্তে আপুনি তলৰ কোনো এটালৈ গৈ GitHub-ত বিষয় সৃষ্টি কৰিব পাৰে: | যদি আপুনি একেবাৰে নিশ্চিত যে আপুনি সদৰি কৰিব খোজা সমস্যাটো মজুত নাই, তেন্তে আপুনি তলৰ কোনো এটালৈ গৈ GitHub-ত বিষয় সৃষ্টি কৰিব পাৰে: |
Latest revision as of 11:53, 24 December 2020
Joomla! ডমেইনসমূহৰ সমস্যাৰ কথা সদৰি কৰক
ৱেবছাইট পৰিচালকসকলৰ সময়ৰ বৰ অভাৱ। অনুগ্ৰহ কৰি চিধাই পৰিচালকসকলৰ সৈতে যোগাযোগ নকৰিব। joomla.org আৰু উপ-ডমেইনৰ সমস্যাসমূহ কেইবাটাও সমস্যা শাৰীত সৃষ্টি কৰিব পাৰি।
যদি আপুনি আপডেট, সমল, সুবিধাৰ সমস্যাৰ কথা সদৰি কৰিব খোজে, তেন্তে প্ৰথমে Joomla.org-ৰ সকলো সমস্যাৰ সন্ধান কৰক। প্ৰায়েই আপুনি সন্মুখীন হোৱা সমস্যা ইতিমধ্যে মজুত থাকে।
যদি আপুনি একেবাৰে নিশ্চিত যে আপুনি সদৰি কৰিব খোজা সমস্যাটো মজুত নাই, তেন্তে আপুনি তলৰ কোনো এটালৈ গৈ GitHub-ত বিষয় সৃষ্টি কৰিব পাৰে: